পঢ়ক
ফেক্ট চেক
আমাৰ বিষয়ে
আমাৰ দলটোৰ সৈতে চিনাকি হওক
নৈতিকতা আৰু স্বচ্ছতা
এফ এ কিউ
আমাক যোগাযোগ কৰক
অসমীয়া
English
ಕನ್ನಡ
Svenska
తెలుగు
हिंदी
অসমীয়া
Dansk
ছাবস্ক্ৰাইব কৰক
|
LOGICALLY.AI
চন্দন বৰগোহাঁই
Home
Meet the team
চন্দন বৰগোহাঁই
ফেক্ট চেকাৰ, ইণ্ডিয়া
চন্দন অসমৰ গুৱাহাটীত বাস কৰা এগৰাকী সাংবাদিক আৰু ফেক্ট-চেকাৰ। আঞ্চলিক সংবাদ মাধ্য়মত প্ৰায় পাঁচ বছৰৰ কৰ্ম অভিজ্ঞতা থকাৰ লগতে তেওঁ ফেক্ট-চেকিঙৰ ক্ষেত্ৰখনতো কাম কৰাৰ অভিজ্ঞতা। কামৰ পিছত আৰাম কৰিবলৈ তেওঁ ব্লুজ সংগীতত শুনি আৰু চিনেমা চাই ভাল পায়। ছুটিৰ দিনত আৰু বন্ধৰ দিনত তেওঁ ফটোগ্ৰাফী কৰি ভাল পায়।
ৰ শেহতীয়া ফেক্ট চেক সমূহ চন্দন বৰগোহাঁই
Human Rights-Religion
উত্তৰ প্ৰদেশত মহিলাক আক্ৰমণ কৰা পুৰণি ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে প্ৰচাৰ
Human Rights-Religion
উচ্ছেদৰ পুৰণি ভিডিঅ' উত্তৰ প্ৰদেশৰ বাহৰাইচৰ শেহতীয়া হিংসাৰ বুলি প্ৰচাৰ কৰা হৈছে
Geopolitical-Conflict
হিজবুল্লাৰ আক্ৰমণৰ পিছত ইজৰাইলী সেনাৰ 'কান্দি থকা' দৃশ্য হিচাপে পুৰণি ফটো ভাইৰেল
Human Rights-Religion
হায়দৰাবাদত মুছলমানে দুৰ্গা মূৰ্তি ভঙা বুলি সাম্প্ৰদায়িক দাবীৰে ভিডিঅ' ভাইৰেল
Geopolitical-Conflict
লেবাননৰ মানুহে নাছৰাল্লাৰ মৃত্যুত উল্লাস প্ৰকাশ কৰা বুলি পুৰণি ভিডিঅ' প্ৰচাৰ
Events-General
এইটো ৰোহিংগিয়া মুছলমানে ভাৰতত মছজিদ দখল কৰাৰ ভিডিঅ’ নহয়
Events-Activism
Events-General
মণিপুৰত প্ৰতিবাদকাৰীয়ে ভাৰতৰ পতাকাক অপমান কৰা বুলি মিছা দাবীৰে ভিডিঅ’ প্ৰচাৰ
Events-Natural Disasters
জাপানৰ ২০১৫ চনৰ ভিডিঅ' বাংলাদেশৰ বান উদ্ধাৰ অভিযান হিচাপে শ্বেয়াৰ কৰা হৈছে
Conflict-Bangladesh Unrest
বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰৰ পুৰণি ভিডিঅ' শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে
Conflict-Bangladesh Unrest
আমেৰিকাত সাংবাদিকৰ ওপৰত আক্ৰমণৰ পুৰণি ক্লিপ বাংলাদেশৰ শেহতীয়া ভিডিঅ’ হিচাপে প্ৰচাৰ
Politics-Policy
নীতিন গাডকাৰীৰ পুৰণি ভাষণ টোল টেক্স ৰেহাইৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল হৈছে
Geopolitical-Conflict
ইণ্ডোনেচিয়াৰ ফুড ভ্লগৰ স্ক্ৰীণশ্বট 'মণিপুৰত কুকি লোকে মানুহৰ মাংস খোৱা' দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে
Load More
0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে
আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।