পঢ়ক
ফেক্ট চেক
আমাৰ বিষয়ে
আমাৰ দলটোৰ সৈতে চিনাকি হওক
নৈতিকতা আৰু স্বচ্ছতা
এফ এ কিউ
আমাক যোগাযোগ কৰক
অসমীয়া
English
ಕನ್ನಡ
Svenska
తెలుగు
हिंदी
অসমীয়া
Dansk
ছাবস্ক্ৰাইব কৰক
|
LOGICALLY.AI
ভনীতা গণেশ
Home
Meet the team
ভনীতা গণেশ
ছিনিয়ৰ ফেক্ট চেকাৰ, ইণ্ডিয়া
ভনীতাই ৱ’মেন ষ্টাডিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু সংবাদ মাধ্যম আৰু অলাভজনক সংস্থা দুয়োটাতে ৫ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতা আছে। লিংগ ন্যায় আৰু মানৱ অধিকাৰক লৈ তেওঁ আগ্ৰহী, বিশেষকৈ ৰাজনীতি আৰু নীতিৰ সৈতে থকা ইয়াৰ সম্পৰ্কক লৈ তেওঁ আগ্ৰহী।
ৰ শেহতীয়া ফেক্ট চেক সমূহ ভনীতা গণেশ
Politics-People
বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰে সাঙুৰি দেৱেন্দ্ৰ ফড়নাভিছৰ বন্দুক লোৱা পোষ্টাৰ ভাইৰেল
Human Rights-Gender
এইখন আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ এআই-জেনেৰেটেড ছবি হয়
Conflict-Bangladesh Unrest
বাংলাদেশ ছাত্ৰ লীগৰ ২০২৩ চনৰ ভিডিঅ দেশখনত 'হিন্দুৰ জাগৰণ' হিচাপে শ্বেয়াৰ কৰা হৈছে
Human Rights-Religion
Human Rights-General
২০২২ চনত উত্তৰাখণ্ডত সংঘটিত হত্যাকাণ্ডৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে
Events-General
নেপালত শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য হিচাপে পুৰণি ফটো, ভিডিঅ’ প্ৰচাৰিত
Human Rights-Religion
Events-General
মহাৰাষ্ট্ৰৰ ভাছাইত সংঘটিত মহিলাৰ হত্যাৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে
Human Rights-Religion
বিল্বেশ্বৰ দেৱালয়ৰ বলি প্ৰথাৰ ২০১৭ চনৰ এখন ফটো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে
Load More
0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে
আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।