Azra Ali

আজৰা আলী

ফেক্ট চেকাৰ, ইণ্ডিয়া

দিল্লীৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আজৰা আলীয়ে এজেকে এমচিআৰচি, জামিয়া মিলিয়া ইছলামিয়াৰ পৰা কনভাৰ্জেণ্ট জাৰ্নেলিজমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। দুবছৰ ধৰি তেওঁ বিভিন্ন মাল্টিমিডিয়া প্লেটফৰ্মত শিক্ষা, পৰিৱেশ, সংস্কৃতি, আৰু মানৱীয় দৃষ্টিকোণৰ বিভিন্ন প্ৰতিবেদন কৰিছে। ইয়াৰ উপৰিও ডিএফআৰএচিত এগৰাকী ফেক্ট-চেকাৰ হিচাপেও তেওঁ কাম কৰিছে। তেওঁৰ প্ৰতিবেদন আল জাজিৰা, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, আৰ্টিকেল ১৪, ডাউন টু আৰ্থ, মাকটুব মিডিয়া, দ্য চিটিজেন, আৰু দ্য পেট্ৰিয়টকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা ইতিহাসত (অনাৰ্ছ) স্নাতক, আজৰাৰ ফেক্ট-চেকিং, ৰিপৰ্টিং, চলচ্চিত্ৰ নিৰ্মাণ, কপি এডিটিং, কণ্টেন্ট ৰাইটিং, সামাজিক কাম, আৰু স্বেচ্ছামূলক কাম কৰাৰ অভিজ্ঞতা আছে।

Latest Fact Checks By আজৰা আলী

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।